মোদীৰ ১০০ দিনঃ কি কয় বিৰোধী দলপতি দেবব্ৰত শইকীয়াই

By

Published : Sep 8, 2019, 4:57 PM IST

Updated : Sep 8, 2019, 5:17 PM IST

thumbnail
"মোদীৰ দ্বিতীয় কাৰ্যকালৰ ১০০ দিনত জিডিপি সৰ্বনিম্ন হয় । বিভিন্ন ধৰণৰ উদ্যোগ-প্ৰতিষ্ঠান সমুহ বন্ধ হৈ পৰিছে । ফলত বহুসংখ্যক লোকৰ নিবনুৱা হৈ পৰিছে । মোদী চৰকাৰৰ দিনতে নিয়োগৰ হাৰ সৰ্বনিম্ন হৈছে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত থকা সকলো চৰকাৰী প্ৰতিষ্ঠান ব্যক্তিগত কৰণৰ দিশে আগবঢ়োৱাই নিয়া হৈছে মোদী চৰকাৰে ।"
Last Updated : Sep 8, 2019, 5:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.