লাভলীনাৰ সাফল্যত কি ক'লে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ? - mla biswajit phukan reaction on lovlinas victory
🎬 Watch Now: Feature Video

2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিনক পৰাস্ত কৰি অসমৰ লাভলীনা বৰগোঁহাইয়ে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাচতে বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতিক্ৰিয়া । শুকুৰবাৰে অসম নন্দিনী লাভলীনা বৰগোঁহাইয়ে টকিঅ' অলিম্পিকত বক্সিঙত ছেমিফাইনেলত আনন্দ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চীনৰ চেন নিয়েন চিনক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰিলে অসম কন্যা লাভলীনাই ৷ ইয়াৰ লগে লগে লগেই টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে লাভলীনাই এটা পদক নিশ্চিত কৰিছে ৷