নিমাতীঘাটত উপস্থিত হৈ কি ক’লে অখিল গগৈয়ে ? - নিমাতীঘাট
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13012893-thumbnail-3x2-s.jpg)
যোৰহাটৰ নিমাতীঘাটত উপস্থিত বিধায়ক অখিল গগৈ(Akhil Gogoi) ৷ বুধবাৰে নিমাতীঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাক(Ferry Accident) দুৰ্ভাগ্যজনক আখ্যা বিধায়কগৰাকীৰ । পুনৰ যাতে এনে ঘটনা সংঘটিত নহয়, তাৰ বাবে অসম চৰকাৰক(Assam Govt) উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অখিল গগৈয়ে ৷ লগতে তেওঁ কেৱল ক্ষতিপুৰণ বা শোক প্ৰস্তাৱতে সীমাবদ্ধ নাথাকি প্ৰকৃততে কিয় এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে, সেই বিষয়ত পুংখানুপুংখ তদন্তৰ দাবী উত্থাপন কৰে ।