লুৰীণজ্যোতি গগৈক কথাৰ বাঘ আখ্যা দি নিজকে কামৰ বাঘ বুলিলে যোগেন মহনে
🎬 Watch Now: Feature Video
অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan's Bihu wish for people) । ক'ভিড প্ৰট'কল ৰক্ষা কৰি বিহু পালন কৰিবলৈ মন্ত্ৰীজনে সকলোকে আহ্বান জনায় তেওঁ ৷ ইফালে পৌৰসভা নিৰ্বাচনত জয়ী হ'ম বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কৰা মন্তব্যকো কটাক্ষ কৰিছে মন্ত্ৰী যোগেন মহনে(Minister Jogen Mohan insulting Lurin Jyoti Gogoi) । বিৰোধীক কথাৰ বাঘ বুলি কৈ নিজকে কামৰ বাঘ বুলিও মন্তব্য কৰিছে মন্ত্ৰী গৰাকীয়ে । ইয়াৰোপৰি, সভা সমিতি বিলাকত মানুহ বেছি গোট খায় বুলিহে যাবলৈ ভয় লগা হৈছে বুলি মন্তব্য কৰিছে তেওঁ ।
TAGGED:
মন্ত্ৰী যোগেন মহন