Garukhuti Agriculture Project : গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ - গৰুখুঁটি পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ
🎬 Watch Now: Feature Video

বুধবাৰে ছিপাঝাৰৰ গৰুখুঁটিত উপস্থিত হয় অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন মন্ত্ৰী বিমল বৰা (Minister Bimal Bora) ৷ গৰুখুঁটিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বহুমুখী কৃষি প্ৰকল্প (Garukhuti Multipurpose Agriculture Project) পৰিদৰ্শন কৰে ৷ কেবিনেটৰ সিদ্ধান্তমৰ্মে উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে গৰুখুঁটি কৃষি প্ৰকল্পৰ অধীনষ্ঠ খেতি পথাৰো পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ লগতে বিভাগীয় বিষয়াসকলে ।