গৃহ সমষ্টিত ভকত-বৈষ্ণৱৰ সৈতে অতুল বৰাৰ নৃত্য - atul bora dancing
🎬 Watch Now: Feature Video

শাৰদীয় বতৰত পূৰ্বতে কেতিয়াও নেদেখা এক অন্য ৰূপত দেখা গ’ল মন্ত্ৰী অতুল বৰাক । গৃহ সমষ্টি বোকাখাতৰ ১ নং গৰৈমাৰী মহুৰামুখৰ এটা নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী উপলক্ষে ভকত বৈষ্ণৱৰ সৈতে নাম কীৰ্তনত বিভোৰ অতুল বৰা । আনহাতে, বংৱাল অফলা গাঁৱত একাংশ মহিলাৰ সৈতেও নৃত্যত ভাগ লয় মন্ত্ৰীগৰাকীয়ে । চাওঁ আহক এই বিশেষ দৃশ্যাংশ ৷