সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক অধিবেশনত মন্ত্ৰী অশোক সিংঘাল - মন্ত্ৰী অশোক সিংঘাল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 25, 2021, 10:55 PM IST

কোকৰাঝাৰৰ নিকটৱৰ্তী চিআইটিত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সীমান্ত চেতনা মঞ্চৰ পূৰ্বোত্তৰৰ ৰাজ্যিক অধিবেশন(State conference of simanta chetna manch) । কোকৰাঝাৰ বালাগাঁওস্থিত চিআইটিৰ প্ৰেক্ষাগৃহত সীমান্ত চেতনা মঞ্চৰ ৰাজ্যিক অধিবেশন আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘালে( Minister Ashok Singhal )। বন্তি প্ৰজ্বলেনেৰে কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে মন্ত্ৰী অশোক সিংঘালে ৷ উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত সীমান্তৱৰ্তী অঞ্চলৰ সকলো ৰাইজকে একতা আৰু ঐক্যবদ্ধতাৰে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.