Massive fire in Amguri: আমগুৰি বৰছিলাত বিধ্বংসী অগ্নিকাণ্ড - Massive fire breaks out in Amguri

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 4, 2022, 4:09 PM IST

আমগুৰিৰ বৰছিলাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড (Massive Fire Incident of Amguri) ৷ এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় বৰছিলা চাহ বাগিচাৰ লক্ষীমপুৰ বস্তিৰ মহেশ ৰাজপুট নামৰ লোকজনৰ বাসগৃহটো ৷ শুকুৰবাৰে সংঘটিত হোৱা এই সংঘটিত হোৱা এই অগ্নিকাণ্ডত প্ৰায় দুই লক্ষাধিক টকাৰ সম্পত্তি জাহ যায় বুলি জানিব পৰা গৈছে (Massive fire breaks out in Amguri) ৷ অৱশেষত স্থানীয় লোকসকলৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও তাৰ আগতেই জুইত সম্পূৰ্ণ ৰূপে জাহ যায় মহেশ ৰাজপুটৰ বাসগৃহটো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.