মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অৱস্থান ধৰ্মঘট

By

Published : Nov 23, 2019, 12:34 PM IST

thumbnail

শ্ৰমিক কল্যাণ দিৱস উপলক্ষ্যে মৰিয়নীত উপস্থিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে বহুকেইজন ৰাজনৈতিক নেতা ৷ এই অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কলা পতাকা লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.