শুভ মহালয়া : টীয়কত মহিষ মৰ্দিনীক আদৰিলে ৰাইজে - টীয়ক দুৰ্গা পূজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13276015-thumbnail-3x2-pija.jpg)
আজি পবিত্ৰ মহালয়া । আজি মৰ্ত্যলৈ আহিছে মহিষ মৰ্দিনী দেৱী দুৰ্গা । প্ৰবাদ মতে, মহালয়াৰ এই বিশেষ দিনটোতেই পৃথিৱীলৈ শুভ শক্তিৰ আগমন হয় আৰু পুৱাৰ পবিত্ৰ বা জাকে শৰীৰ-মন-আত্মা সুস্থ কৰে । টীয়কটো ব্যস্ততা বাঢ়িছে মা দুৰ্গাক আদৰাৰ বাবে ৷