বটদ্ৰৱা থানত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে উখল মাখল পৰিৱেশ - বটদ্ৰৱা থান
🎬 Watch Now: Feature Video

হৰি নামৰ ধ্বনিত মুখৰিত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উলহ মালহেৰে উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 424 সংখ্যক তিৰোভাৱ তিথি । নাম প্ৰসংগৰ মাজত উখল-মাখল পৰিৱেশ বিৰাজ কৰে বৰদোৱা থানত । পুৱাৰে পৰা গুৰুজনাৰ জন্মস্থানত ভিৰ কৰে বহু ভক্তপ্ৰাণ লোকে । কৰ’ণা ভাইৰাছৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব মানি উদযাপন কৰা হয় শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ।