নেৰা-নেপেৰা বৰষুণ,উভালি পৰিল প্ৰকাণ্ড গছ - pandu
🎬 Watch Now: Feature Video

নেৰা নেপেৰা বৰষুণৰ ফলত উভালি পৰিল ৫০ বছৰ পুৰণি প্ৰকাণ্ড গছ
কথমপি প্ৰাণ ৰক্ষা পথচাৰীৰ
শনিবাৰে মহানগৰীৰ মালিগাঁৱত সংঘটিত হয় অঘটন
পাণ্ডু মহাবীৰ আখাৰা হনুমান মন্দিৰৰ ওপৰত পৰে গছজোপা
গছডাল ৰাজপথত পৰা ফলত ব্যাহত হৈ আছে যাতায়ত ব্যৱস্থা
Last Updated : Jul 13, 2019, 9:54 PM IST