গোলাঘাটত বৃদ্ধি নহয় লকডাউন - lockdown is not increase in golaghat
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12469807-thumbnail-3x2-img.jpg)
গোলাঘাটত বৃদ্ধি নহয় জিলা প্ৰশাসনে জাৰী কৰা লকডাউন । বৃহস্পতিবাৰে সম্পূৰ্ণ লকডাউনৰ তিনিটা দিন অন্ত পৰে । অসম চৰকাৰে বৃহস্পতিবাৰে জাৰি কৰা নতুন SOP অনুসৰি পুনৰ গোলাঘাটত মানিব লাগিব ক’ভিড নীতি । এই কথা জনালে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । 18 জুলাইৰ পৰা দৈনিক 20ৰ পৰা 25 হাজাৰ লোকক ভেকচিনেশ্বন কৰা হ'ব গোলাঘাট জিলাত । গোলাঘাটত ক’ভিডৰ হাৰ যোৱা দুটা দিনত বৃদ্ধি পালেও মুঠ সংক্ৰমণ কিছু কমিছে জিলাখনত ।