লক ডাউনৰ মাজতে ডিব্ৰুগড়ত ভয়াবহ দৃশ্য... - ডিব্ৰুগড়ৰ টেঙাখাট
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6716394-thumbnail-3x2-a.jpg)
ডিব্ৰুগড়,8 এপ্ৰিলঃ লক ডাউনৰ মাজতে ডিব্ৰুগড়ৰ টেঙাখাটৰ বেংক সমূহত লানি নিছিঙা গ্ৰাহকৰ সোঁত পৰিলক্ষিত হয় ৷ জনধন একাউণ্টত জমা হোৱা ধন সংগ্ৰহ কৰিবলৈ গাঁৱসমূহৰ পৰা লক ডাউন ভংগ কৰি ওলাই আহে শতাধিক মহিলা ৷ দৰাচলতে বেংকৰ ভিতৰলৈ এজনকৈ লোক প্ৰৱেশ কৰিবলৈ দিয়াত বাহিৰত ভিৰ কৰে গ্ৰাহকসকলে ।