লখিমপুৰ মেডিকেল কলেজলৈ নেচনেল মেডিকেল এছ'চিয়েচন স্বীকৃতি - নেচনেল মেডিকেল এছচিয়েচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13326301-thumbnail-3x2-jjsjsj.jpg)
অৱশেষত লখিমপুৰ মেডিকেল কলেজলৈ স্বীকৃতি নেচনেল মেডিকেল এছ'চিয়েচন । নৱেম্বৰ-ডিচেম্বৰত হ'ব লখিমপুৰ মেডিকেল কলেজৰ নাম ভৰ্তি ৷ অন্যান্য কৰ্মচাৰী সকলৰ নিযুক্তি প্ৰক্ৰিয়াও শীৰ্ঘ্ৰে আৰম্ভ হ'ব ।