মাঘী পূৰ্ণিমা ২০২৫ : মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত ভগৱানক ভক্তই অৰ্ঘ্য আগবঢ়োৱাৰ অপূৰ্ব দৃশ্য - BEST OF MAHA KUMBH MELA 2025

মাঘী পূৰ্ণিমা উপলক্ষে বিগত ১২ফেব্ৰুৱাৰীত মহাকুম্ভত ২কোটিৰো অধিক ভক্তই স্নান কৰে ৷ উক্ত দিনা প্ৰয়াগৰাজৰ মহাসংগমত স্নান কৰাৰ বাবেই ইয়াক ‘‘মাঘ পূৰ্ণিমা স্নান’’ বুলিও কোৱা হয় ৷ বহু হুলস্থুলৰ মাজতো জানুৱাৰী মাহত প্ৰায় পাঁচ লাখ ‘কল্পবাসী’য়ে নীতি নিয়ম পালন কৰি উভতি গৈছে ।
(AP)

Published : Feb 16, 2025, 12:23 PM IST