বানে ধোৱা কাজিৰঙাত এতিয়া বন্যপ্ৰাণীৰ বিননি - national-park
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3871610-thumbnail-3x2-olol.jpg)
বানে ধোৱা কাজিৰঙাত এতিয়া বন্যপ্ৰাণীৰ বিননি । খাদ্য আৰু ওখ ঠাইৰ অভাৱত এতিয়া ৰাজপথত বন্যপ্ৰাণীৰ আৰ্ত-চিৎকাৰ । ভয়াবহ বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া এটাৰ পাছত আনটোকৈ মৃত্যু মুখত পৰিছে বন্য প্ৰাণী । খাদ্যৰ অভাৱত এতিয়া কাৰ্বি পাহাৰৰ দিশলৈ ঢাপলি মেলিছে গড়, পহুকে ধৰি উদ্যানখনৰ বিভিন্ন বন্যপ্ৰাণী । এতিয়ালৈকে বানৰ কবলত পৰি মৃত্যু মুখত পৰিছে ৫ টাকৈ অসম গৌৰৱ এশিঙীয়া গড় । এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ।