Man-Elephant conflict : বন্যহস্তীৰ মুক্ত বিচৰণত শংকিত কন্দলীবাসী - forest department firing
🎬 Watch Now: Feature Video

বঢ়মপুৰৰ কন্দলীৰ কাফিতলিত বন্যহস্তীৰ বৃহৎ জাক(Large herd of wild elephants in Barampur) । আতংকিত গাঁওবাসী (villagers terrified of wlid elephant) । এতিয়া শস্য পকাৰ সময়, সেয়ে পথাৰৰ ধান খাবলৈ পাহাৰৰ পৰা জনাঞ্চললৈ নামি আহিছে হাতীৰ বৃহৎ জাকটো ৷ গুলী ফুটাই হাতী খেদাৰ চেষ্টা বন বিভাগৰ । স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক গাঁওখনত উপস্থিত হৈ গুলী ফুটাই হাতীৰ জাকটোক খেদিবলৈ চেষ্টা কৰে যদিও জংঘলৰ মাজত এতিয়াও অৱস্থান কৰি আছে হাতীৰ জাকটো ৷