অন্ধবিশ্বাস আৰু শিক্ষিত পৰিয়ালঃ প্ৰকৃততে কি ? - মনোৰোগ বিশেষজ্ঞ
🎬 Watch Now: Feature Video
শনিবাৰে কলাইগাঁৱত সংঘটিত হোৱা শিহৰণকাৰী ঘটনাটোৰ কথাকেই ক’ব খুজিছো ৷ অন্ধ বিশ্বাসৰ গ্ৰাসত পৰি কেনেকৈ মানসিক ভাৱে আত্মনিয়ন্ত্ৰণ হেৰুৱাই পেলালে এটা শিক্ষিত পৰিয়ালে ৷ কেনেকৈ গ্ৰাস কৰিলে অন্ধবিশ্বাসে ৷ চাওক এই বিশেষ প্ৰতিবেদন ...