NEET-PG 2021 counselling: গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসকৰ প্ৰতিবাদ

By

Published : Dec 29, 2021, 11:01 PM IST

thumbnail
গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত কনিষ্ঠ চিকিৎসক সন্থাৰ প্ৰতিবাদ(Junior Doctors Protest) । এনইইটি পি.জি কাউঞ্চিলিং(NEET-PG 2021 counselling) শীঘ্ৰে অনুষ্ঠিত কৰা লগতে দিল্লীত প্ৰতিবাদী কনিষ্ঠ চিকিৎসকক আৰক্ষীয়ে লাঠীচার্জ কৰাৰ(Doctors beaten by Delhi Police) বিৰুদ্ধে সাব্যস্ত কৰে এই প্ৰতিবাদ (Protest against NEET PG counseling delay) । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা এনইইটি পিজিৰ কাউঞ্চিলিং শীঘ্ৰে অনুষ্ঠিত কৰা দাবীত দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে চিকিৎসকসকলে । উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে প্ৰতিবাদৰ অংশ হিচাপে জৰুৰীকালীন সেৱাৰ বাহিৰে বহিঃবিভাগৰ চিকিৎসাসেৱা বন্ধ ৰাখে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.