তাঁত শালত জীৱনৰ চিত্ৰ অঁকা শিল্পী জিনু চুতীয়া বৰুৱা - etv bhart assam
🎬 Watch Now: Feature Video

কোনো আৰ্থিক সাহায্য নোপোৱাকৈ সৰুৰে পৰাই ছবি আঁকি আৰু তাঁত শালৰ কিটিক কিটিক শব্দ শুনি ভাল পোৱা জীনু চুতীয়া বৰুৱাই ধেমাজি জিলাৰ বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰে নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে তাঁতশালত জীৱনৰ চিত্ৰ তুলি ধৰিবলৈ সক্ষম হৈছে ৷চাওঁক এক প্ৰতিবেদন:
Last Updated : Aug 2, 2019, 3:02 PM IST