কম খৰচতে কেনেদৰে তৈয়াৰ কৰিব বাদামৰ হালৱা - BADAM KA HALWA

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 2, 2021, 3:28 PM IST

এতিয়া উৎসৱৰ বতৰ ৷ ধনতেৰচ, দীপাৱলী আৰু ভাতৃ দ্বিতীয়াৰ আনন্দ উঠাওক আপোনাৰ পৰিয়ালৰ সৈতে ৷ আপোনাৰ এই আনন্দ দুগুণে বৃদ্ধি কৰিব পাৰে ভিন্নস্বাদৰ মিঠাইয়ে ৷ আপুনি এইবাৰৰ দেৱালী কৰি তুলিব পাৰে কিছু ব্যতিক্ৰম ৷ ঘৰতে তৈয়াৰ কৰিব পাৰে কম খৰচতে সুস্বাদু মিঠাই বাদামৰ হালৱা ৷ তেন্তে চাওক কিদৰে প্ৰস্তুত কৰিব পাৰি এই সুস্বাদু হালৱা ?

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.