মছলা চাহৰ প্ৰতি আপোনাৰ ভালপোৱা কিমান বাৰু ? - black tea
🎬 Watch Now: Feature Video
চাহৰ প্ৰতি ভাৰতীয় লোকৰ আছে সীমাহীন ভালপোৱা ৷ এই ভালপোৱাই সময়ে সময়ে ভাৰতত বিৱৰ্তন ঘটাই আহিছে চাহৰ ৰেচিপি ৷ যদিও দেশৰ চাহ সংস্কৃতিত কিছু পৰিৱৰ্তন আহিছে তথাপিও থলুৱা চাহৰ প্ৰতি বৰ্তমানেও সকলোৰে প্ৰেম অতুলনীয় ৷ টি বৰ্ড অৱ ইণ্ডিয়াই কৰা এটা গৱেষণাত প্ৰকাশ পাইছে যে, প্ৰায় 80 শতাংশ ভাৰতীয়ৰ ভিন্ন প্ৰকাৰৰ চাহৰ প্ৰতি প্ৰৱণতা দেখিবলৈ পোৱা গৈছে যদিও, বৰ্তমানেও তেওঁলোকে গাখীৰ চাহ খোৱাটোৱেই অধিক পছন্দ কৰে ৷ সেয়ে আমি আজি আপোনাৰ বাবে লৈ আহিছো আপোনাক সতেজতা প্ৰদান কৰিব পৰা প্ৰবীণ ভাৰতীয় 'মছলা চাহ'ৰ ৰেচিপি ৷ এই ৰেচিপিৰে আপুনিও আপোনাৰ সন্ধ্যাটো কৰি তোলক মধুৰ ৷
Last Updated : Jul 30, 2020, 2:45 PM IST