thumbnail

By

Published : Dec 8, 2021, 4:38 PM IST

ETV Bharat / Videos

আমিনুল ইছলামৰ ঘৰলৈ যোৱাৰ পথতে সত্যৰঞ্জন বৰাক আটক নগাঁও আৰক্ষীৰ

বিধায়ক আমিনুল ইছলামৰ ঘৰলৈ যোৱাৰ পথতে উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আটক কৰিছে নগাঁও আৰক্ষীয়ে(Hindutva activist Satya Ranjan Bora arrested) ৷ প্ৰথমে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক বিধায়ক গৰাকী ঘৰলৈ যোৱাত বাধা প্ৰদান কৰে নগাঁও আৰক্ষীয়ে(Nagaon police) ৷ ইয়াৰ পাছতে সত্যৰঞ্জন বৰা আৰু নগাঁও আৰক্ষীৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ ঔৰংজেৱৰ বিষয় লৈ ধিঙৰ বিধায়ক গৰাকীৰ ঘৰলৈ ৰাওনা হৈছিল সত্যৰঞ্জন বৰাৰ নেতৃত্বত এটা দল ৷ হিন্দুত্ববাদী নেতা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সময়ত সত্যৰঞ্জন বৰাৰ সতীৰ্থৰ সৈতে আৰক্ষীৰ হতাহতি হোৱাৰো পৰিলক্ষিত হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.