thumbnail

By

Published : Mar 11, 2021, 6:58 PM IST

ETV Bharat / Videos

পাথাৰকান্দিত কংগ্ৰেছ কৰ্মীয়ে ভাঙিলে কংগ্ৰেছৰ কাৰ্যালয়

কৰিমগঞ্জৰ লোৱাইৰপোৱাত উত্তপ্ত পৰিস্থিতি । কংগ্ৰেছ কৰ্মীয়ে ভাঙিলে দলীয় কাৰ্যালয় । ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত থকা সকলো সামগ্ৰীত ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে লগালে জুই । পাথাৰকান্দিৰ প্ৰাক্তন বিধায়ক মণিলাল গোৱালাই দলীয় মনোনয়নৰ পৰা বঞ্চিত হোৱাত লোৱাইৰপোৱা কংগ্ৰেছ কাৰ্যালয়টো ভাঙি তচনচ কৰে কংগ্ৰেছ কৰ্মী তথা সমৰ্থকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.