মঙলদৈত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰীৰ কিয় উঠিল খং ? - covid 19
🎬 Watch Now: Feature Video
মঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে আকস্মিক পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ চিকিৎসালয়খনত ক’ভিড কেয়াৰ চেন্টাৰ আৰু নিৰ্মীয়মান আইচিইউ পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে মন্ত্ৰীগৰাকী ৷ এবছৰে আইচিইউৰ কাম সম্পূৰ্ণ হৈ নুঠাত দায়িত্বত থকা বিভাগীয় লোকক সপ্তাহটোৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷