ঘৰতে জুতি লওক সেউজীয়া পাচলিৰে ভৰা হাৰা-ভৰা কাবাবৰ

By

Published : Jun 26, 2020, 10:49 PM IST

Updated : Jul 29, 2020, 7:31 PM IST

thumbnail
কাবাব বুলি ক'লেই সততে আমাৰ মনলৈ আহে সুস্বাদু, মছলাৰে ভৰা, মাংসৰে প্ৰস্তুত এবিধ ব্যঞ্জন কাবাব ৷ এই মোগল ব্যঞ্জনৰ বিভিন্নতাই আমাক হয়তো কেতিয়াও নিৰাশ কৰা নাই ৷ শব্দত প্ৰকাশ কৰিব নোৱাৰা এক সোৱাদেৰে ভৰা এই ব্যঞ্জন ৷ কিন্তু আজি আমি আপোনাৰ বাবে লৈ আনিছো সম্পূৰ্ণ নিৰামিষ, ভিন্ন পাচলিৰে ভৰা হাৰা-ভৰা কাবাব ৷ সেউজীয়া মটৰ, পালেং শাক, ধনিয়া পাত সিজোৱা আলুৰে আদিৰে প্ৰস্তুত ই এক সুস্বাদু ব্যঞ্জন ৷ পাচলিৰ উপকাৰীতাৰে ভৰপুৰ এই সুস্বাদু ব্যঞ্জন আপুনিও ঘৰতে তৈয়াৰ কৰক আৰু আমাকো জনাওক...
Last Updated : Jul 29, 2020, 7:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.