বাণিজ্য শাখাত তিনিটাকৈ স্থান দখল গুৱাহাটী কমাৰ্চৰ

By

Published : May 25, 2019, 1:41 PM IST

thumbnail
অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত তিনিটাকৈ স্থান দখল কৰিছে গুৱাহাটী কমাৰ্চ কলেজে । নেহা আগৰৱালা, অৰুণাভ নাথ আৰু ৰাহুল ৰয়ে ক্ৰমে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান দখলেৰে কলেজ খনলৈ গৌৰৱ কঢ়িয়াই আনিছে । তৃতীয় স্থানৰ নেহাই ৪৬৫ নম্বৰ লাভ কৰাৰ উপৰি চতুৰ্থ স্থানৰ অৰুণাভে ৪৬১ নম্বৰ আৰু পঞ্চম স্থানৰ ৰাহুলে ৪৬০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.