আটক হ'ল আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া - ulfa leader
🎬 Watch Now: Feature Video

পাঞ্জাবাৰীত ক্ৰাইম ব্ৰাঞ্চৰ লগতে আৰক্ষীৰ যুটীয়া আয়ুক্তসহ বহু শীৰ্ষ বিষয়াৰ অভিযান ৷ জেৰাৰ অন্তত বিস্ফোৰণৰ লগত জড়িত আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ ৷