সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আমছু - আইনী যুঁজ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13436435-thumbnail-3x2-jsjjjs.jpg)
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পক্ষপাতী আখ্যা দিলে গোলাঘাট জিলাৰ আমছুৱে ৷ ইয়াৰ লগতে হজৰত মহম্মদক লৈ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য প্ৰকাশ কৰা উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাকো আইনী যুঁজৰ বাবে সাজো থাকিবলৈ আহ্বান জনালে আমছুৱে ৷ থানাত FIR নহয়, বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব গোলাঘাট জিলাৰ আমছু ।