এতিয়াৰে পৰা মহানগৰীৰ পদপথত নাথাকিব কোনো ব্যৱসায়ী - STREET VENDORS

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 12, 2019, 12:19 AM IST

গুৱাহাটী, 11 জুলাইঃ গুৱাহাটী পৌৰ নিগমে জাননী পঠিয়াইছে পদপথৰ ব্যৱসায়ী আৰু অবৈধ ভাৱে বহা বজাৰ সমূহলৈ ৷ সেয়ে এতিয়াৰে পৰা পদপথত নাথাকিব কোনো ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ কিন্তু এই জাননী পোৱাৰ পিছতে বিপাঙত পৰিছে গাঁৱৰ পৰা সামগ্ৰী লৈ গুৱাহাটীত বিক্ৰী কৰিবলৈ আহি পদপথত বহা ব্যৱসায়ী সকল ৷ ইপিনে ব্যৱসায়ী সকলৰো গুৰুতৰ অভিযোগ, প্ৰতিদিনে 30 টকাকৈ ব্যৱসায়ীসকলে মাছুল দিয়ে জি এম চিক ৷ কিন্তু মাচুল দিয়াৰ নামত নাপায় কোনো ৰচীদ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.