thumbnail

By

Published : Nov 23, 2020, 3:53 PM IST

ETV Bharat / Videos

পিতৃৰ স্বাস্থ্য সন্দৰ্ভত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া...

ৰাজ্যৰ সৰ্বত্ৰে এতিয়া চলিছে প্ৰাৰ্থনা ৷ সকলোৰে উদ্দেশ্য এটাই প্ৰিয় নেতাগৰাকী সুস্থ হোৱাতো ৷ ৰাজ্যৰ অন্যতম শক্তিপীঠ কামাখ্যাতো চলিছে যজ্ঞ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া চলিছে গুণমুগ্ধৰ প্ৰাৰ্থনা ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত থকা তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে কি ক’লে পিতৃৰ স্বাস্থ্য় সন্দৰ্ভত-

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.