গৰুখুটিকাণ্ডক বৰ্বৰ আৰু অমানৱীয় আখ্যা ৰাইজৰ দলৰ - ৰাইজৰ দলৰ সভাপতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13159193-thumbnail-3x2-aaaaa.jpg)
ছিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পত সংঘটিত কাৰ্যক বৰ্বৰ আৰু অমানবীয় বুলি আখ্যা দিছে ৰাইজৰ দলে ৷ যোৰহাট জিলা সমিতিৰ ৰাইজৰ দলৰ সভাপতি দিব্যজ্যোতি শৰ্মাই সদৰি কৰে যে, চৰকাৰে নিজৰ সাম্প্ৰদায়িক এজেণ্ডা পূৰ্ণ কৰিবৰ বাবে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে ৷ লগতে তেওঁ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰ ক্ষতিপূৰণৰ বাবে দাবী জনাই ৷ অতি শীঘ্ৰে উচ্ছেদ কাৰ্যক বন্ধ কৰিবলৈ দাবী জনাই যোৰহাট জিলাৰ ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷