Jorhat police raid : 3 লাখ 50 হাজাৰ টকাৰ চুৰি সামগ্ৰী সহ চাৰিটা চোৰক আটক - চুৰিকাণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13614872-thumbnail-3x2-jkjjj.jpg)
যোৰহাট আৰক্ষীৰ এক অভিযানত উদ্ধাৰ চুৰি সামগ্ৰীৰ লগতে নগদ ধন ৷ যোৰহাটৰ কেইবাখনো থানাই যৌথভাৱে চলাইছিল এই অভিযান ৷ অভিযানত উদ্ধাৰ মবাইল, লেপটপ সহ 3 লাখ 50 হাজাৰ টকাৰ চুৰি সামগ্ৰী ৷ লগতে আৰক্ষীয়ে আটক কৰে চাৰিটা গভাইত চোৰ ৷ চিনামৰাত সংঘটিত এটা চুৰিকাণ্ডৰ অভিযোগৰ ভিত্তিত চলোৱা হৈছিল এই অভিযান ৷