খাদ্য সংকটে দেখা দিছে নৱগ্ৰহৰ মন্দিৰৰ বান্দৰসমূহৰ মাজত

By

Published : Apr 1, 2020, 3:12 PM IST

thumbnail
দেশজুৰি তলাবন্ধ, কি ৰাজপথ, কি বজাৰ সকলো বন্ধ । হঠাৎ স্থবিৰ হৈ পৰিছে মানুহৰ দৈনন্দিন জীৱন পৰিক্ৰমা ৷ কাৰ্যালয় ব্যৱসায় এইবোৰৰ লগতে ধৰ্মস্থান সমূহতো পূজা-অৰ্চনা কৰাৰ ক্ষেত্ৰত বাধা আহি পৰিছে । কেৱল মানুহেই নহয় , আন বহু জীৱও সমস্যাত পৰিছে লক্ ডাউনৰ বাবে ৷ গুৱাহাটী মহানগৰীৰ এটা বিশেষ ধৰ্মীয় উপাসনাৰ স্থান হৈছে নৱগ্ৰহ মন্দিৰ ৷ কিন্তু লক্ ডাউনৰ বাবে মন্দিৰটো বন্ধ হৈ পৰাত সংকট নামি আহিছে বান্দৰ সমূহলৈ । মন্দিৰত এতিয়া সম্পূৰ্ণ বন্ধ পূজা-অৰ্চনা, ভক্তৰ সমাগমো নাই মন্দিৰ চৌহদত । মন্দিৰত পূজা-অৰ্চনা বন্ধ মানে খাদ্য নাই নৱগ্ৰহ পাহাৰৰ বান্দৰ সকলৰ বাবে । কৰ'ণা ভাইৰাছে যিসময়ত মানুহৰ জীৱনৰ লগত খেলা কৰিছে সেই সময়তে এই মাৰাত্মক ভাইৰাছৰ প্ৰভাৱ পৰিছে নৱগ্ৰহৰ বান্দৰ সমূহৰ জীৱনটো । কিন্তু কেইজনমান যুৱকে এই বান্দৰ সমূহৰ বাবে লৈছে বিশেষ পদক্ষেপ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.