এসপ্তাহে বানত আৱদ্ধ ডাবাবিল গাঁৱৰ ৰাইজ - চিৰাং বানপানী
🎬 Watch Now: Feature Video
আইনদীৰ বাঢ়নী পানীয়ে সকলো তচনচ কৰি থৈ গ'ল চিৰাঙৰ ডাবাবিল গাঁও ৷ আইনদীৰ কোপদৃষ্টিৰ বাবেই এতিয়া গৃহহীন গাঁওখনৰ প্ৰতিঘৰলোক ৷ মথাউৰিয়েই এতিয়া হৈ পৰিছে তেওঁলোকৰ সম্বল ৷ এসাজ খাই এসাজ লঘোণেই মথাউৰিত সকলো যদিও নিৰ্বিকাৰ প্ৰশাসন...
Last Updated : Jul 15, 2019, 10:49 PM IST