Fishery Awareness Program: হোজাই জিলাত প্ৰথমবাৰৰ বাবে মীন সজাগতা সভা - মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 29, 2022, 11:13 AM IST

হোজাই জিলাৰ কাকীত প্ৰথমবাৰৰ বাবে মীন বিভাগৰ সজাগতা সভা অনুষ্ঠিত হয় (Fishery awareness program in Hojai Kaki) । পোনপ্ৰথম বাৰৰ বাবে হোজাই জিলাত আয়োজন কৰা সজাগতা সভাত জিলা মীন বিষয়াকে ধৰি হোজাই জিলাখনৰ মীন বিভাগৰ প্ৰায় সকলো লোক উপস্থিত থাকে । শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা সভাখনত জিলা মীন বিষয়া গৰাকীয়ে মৎস্য পালনৰ জৰিয়তেও যে স্বাৱলম্বী হব পাৰি সেই বিষয়ে ৰাইজক অৱগত কৰে (Hojai Fishery Department) । মীন বিভাগৰ বিভিন্ন জনহিতকৰ আঁচনি সম্পৰ্কে উপস্থিত হিতাধিকাৰী সকলৰ আগত সুন্দৰকৈ উপস্থাপন কৰে মীন বিষয়া গৰাকীয়ে । ক’ভিড প্ৰটকলৰ অনুসৰি অনুষ্ঠিত কৰা সভাখনত প্ৰায় ১৫০ জন হিতাধিকাৰীক মীন বিভাগৰ তৰফৰ পৰা প্ৰ - পত্ৰ বিতৰন কৰা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.