মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড - পহিলা ব’হাগৰ দিনাই মাজুলীত ভয়ংকৰ অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11416207-thumbnail-3x2-img.jpg)
বৃহস্পতিবাৰে মাজুলীৰ কাৰগিল গাঁৱত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা ৷ আদিত্য বৰা নামৰ ব্যক্তিজনৰ ঘৰত বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ এই অগ্নিকাণ্ডত জাহ যায় ঘৰৰ সকলো সা-সম্পত্তি ৷