সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ দাখিল কৰা হ’ল এজাহাৰ - communal politics in assam
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13400320-thumbnail-3x2-bncgh.jpg)
সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তিৰ দাবী জনালে বৰক্ষেত্ৰীৰ একাংশ সচেতন লোকে ৷ ইতিমধ্যে এই সন্দৰ্ভত বৰাৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে । বিতৰ্কিত সত্যৰঞ্জন বৰাই সাম্প্ৰদায়িক মন্তব্য কৰি ইছলাম ধৰ্মক আঘাট কৰাৰ লগতে ধৰ্মীয় অশান্তিৰ সৃষ্টি কৰিবলৈ অপচেষ্টা কৰিছে বুলিও দাবী কৰে এজাহাৰ দাখিল কৰা লোক সকলে ৷