আন্তঃজিলা জুনিয়ৰ কাবাদীৰ বিজয়ী দলক সম্বৰ্ধনা - আন্তঃজিলা জুনিয়ৰ কাবাদীৰ বিজয়ী দলক সম্বৰ্ধনা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 1, 2022, 10:40 AM IST

সদৌ অসম কাবাদী সন্থাৰ সৌজন্যত আৰু পূৱ গোৱালপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত দুধনৈ আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হেমেন্দ্ৰ নাথ ভকত সোঁৱৰণী সদৌ অসম আন্তঃজিলা জুনিয়ৰ কাবাদী (All Assam Interdistrict Junior Kabaddi competition) প্ৰতিযোগিতাৰ ল’ৰাৰ শাখাত হোজাই জিলা দলে গুৱাহাটী জিলা দলক 33-9 পইণ্টৰ ব্যৱধানত হৰুৱায় ৷ বিজয়ী দলটোক শুকুৰবাৰে হয়বৰগাঁও ৰে’ল ষ্টেচনত সম্বৰ্ধনা জনাই নগাঁৱৰ SBN ক্লাৱৰ (Nagaon SBN club falicitated hojai kabaddi team) বিষয়-ববীয়াসকলে ৷ উল্লেখ্য যে, এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন উদ্বোধন কৰিছিল সাংসদ তথা অসম কাবাদী সন্থাৰ সভাপতি ভূৱনেশ্বৰ কলিতাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.