শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ - উত্তৰ-পূব ভাৰতৰ বৃহৎ ধৰ্মীয় অনুষ্ঠান শংকৰী সংঘ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-7951910-thumbnail-3x2-ba-1.jpg)
উত্তৰ-পূব ভাৰতৰ এটা বৃহৎ ধৰ্মীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ কিন্তু বাৰে বাৰে বিতৰ্কৰ সৈতে সাঙুৰ খাই সংঘৰ নাম ৷ সংঘৰ সৈতে জড়িত হৈ থকা এটা বিতৰ্কিত শব্দ হৈছে 'এঘৰীয়া' ৷ গাহৰি আৰু ব্ৰইলাৰৰ ব্যৱসায়ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্যা কিয় ? নিবনুৱা সকলৰ বাবে সংঘই কি কৰিছে ? কেৱল ধৰ্মাচৰণতে সীমাবদ্ধ নেকি সংঘৰ কাৰ্যকলাপ ? এই সম্পৰ্কত সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ সৈতে EXCLUSIVE সাক্ষাৎকাৰ ৷
Last Updated : Jul 9, 2020, 10:11 AM IST