thumbnail

By

Published : Dec 26, 2021, 4:33 PM IST

ETV Bharat / Videos

ডিব্ৰুগড়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ ডিব্ৰুগড়ত দুটাকৈ ছাত্র সংগঠন ক্ৰমে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত শেহতীয়াকৈ সৃষ্টি হৈছিল সংঘৰ্ষৰ (Student body election conflict in Dibruagrh) ৷ ইয়াৰ পাছত ডিব্ৰুগড়ত আৰক্ষীয়ে আছু কৰ্মীক আটক কৰা(Police arrests AASU worker) ঘটনাক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi on AASU worker arrest issue) । ডিব্ৰুগড়ৰ অভিভাৱক মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত আছু কৰ্মীৰ ওপৰত আৰক্ষী প্ৰশাসনে জপিয়াই পৰাৰ গুৰুতৰ অভিযোগ আনিছে গগৈয়ে । এখন মহাবিদ্যালয়ৰ নিৰ্বাচন প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.