কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াৰে আছুতীয়া সাক্ষাৎকাৰ... - সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মাহমৰাৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ হৈ পৰিছে আকৰ্ষণীয় । মাহমৰাত বিজেপি প্ৰাৰ্থী মন্ত্ৰী যোগেন মহনৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বিজেপিৰ ভোট কাঢ়িব । এইবাৰ কংগ্ৰেছৰ বিপুল ভোটত জয় নিশ্চিত বুলি মন্তব্য কৰে সূৰুজ দিহিঙীয়াই । কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ...