টীয়কৰ বজাৰত নিৰ্বাচনী চৰ্চা...

By

Published : Mar 21, 2021, 5:26 PM IST

thumbnail
নিৰ্বাচনলৈ মাত্ৰ মাজত এসপ্তাহ বাকী থকাৰ সময়তে দেওবাৰে টীয়কৰ সাপ্তাহিক বজাৰতো নিৰ্বাচনক লৈ চৰ্চা অব্যাহত থকা দেখা যায় ৷ বজাৰলৈ অহা সমষ্টিটোৰ কেইবাগৰাকীও ভোটাৰে মনৰ ভাৱ প্ৰকাশ কৰে ইটিভি ভাৰতৰ সন্মুখত । চাওঁক টীয়কৰ পৰা সাৰংগপাণি শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.