Land Grabbing Allegation: শিৱসাগৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - effigy burn and protest

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 9, 2021, 10:00 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত মাটি কেলেংকাৰী(Land grabbing allegation CM himanta Biswa sarma family)ক লৈ শিৱসাগৰ জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাৱস্ত্য কৰে ৷ প্ৰতিবাদকাৰীসকলে মুক্তিনাথ চাৰিআলিত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি উচিত তদন্তৰ দাবী কৰে ৷ মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু পুত্ৰৰ বিৰুদ্ধেও উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে তিনি প্ৰতিবাদকাৰীক কৰায়ত্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.