চিৰাঙৰ বাসুগাঁৱত দুৰ্গা পূজাৰ মহা সপ্তমী উদযাপন - পূজা মণ্ডপ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13333810-thumbnail-3x2-puja.jpg)
আড়ম্বৰপূৰ্ণভাৱে চিৰাঙৰ বাসুগাঁৱত আয়োজন দুৰ্গা পূজাৰ মহা সপ্তমী ৷ বাসুগাঁৱৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ 126 টা স্থানত উদযাপন কৰা হৈছে এইবাৰৰ দুৰ্গা পূজা ৷ জিলাখনৰ সুভাস নগৰৰ পূজা মণ্ডপত এইবাৰ স্থান পাইছে ক’ভিড প্ৰতিষেধকে ৷ ৰাইজক সজাগ তথা সচেতন কৰাৰ স্বাৰ্থত ক’ভিড প্ৰতিষেধকৰ প্ৰতীকী চিহ্নৰে সজাই-পৰাই তোলা হৈছে এই বিশেষ পূজা মণ্ডপ স্থলী ৷