নগাঁৱৰ ৰণথলীৰ পূজা মণ্ডপত ভক্তৰ ভিৰ - নগাঁৱৰ ৰণথলী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13354326-thumbnail-3x2-aaaaaaa.jpg)
ৰাজ্যত এতিয়া উৎসৱৰ বতৰ ৷ মা-দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে সকলো ৷ ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া কেৱল পূজা আৰু পূজা ৷ ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে মা-দুৰ্গাৰ বন্দনাৰে পৰিবেশ মুখৰিত হৈ আছে ৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপ সমূহতো একেই দৃশ্য দেখা গৈছে ৷ নগাঁৱৰ ৰণথলীৰ পূজা মণ্ডপতো দেখা গৈছে আধ্যাত্মিক পৰিবেশ ৷