ডঃ ভূপেন হাজৰিকাই বহু আগতেই পাব লাগিছিল ভাৰতৰত্নঃ ডঃ লক্ষ্মী গোস্বামী - তেজপুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4077441-thumbnail-3x2-o.jpg)
তেজপুৰ,৮ আগষ্ট: মৰণোত্তৰভাবে ডঃ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হ’ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান "ভাৰত ৰত্ন"। সন্ধিয়া ৬ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সুধাকন্ঠলৈ এই সন্মান আগবঢ়াব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰাৰ প্ৰাকক্ষণত ডঃ ভূপেন হাজৰিকাৰ আটাইতকৈ ঘনিষ্ঠ সান্নিধ্য লাভ কৰা তেজপুৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক তথা সমাজসেৱী ডঃ লক্ষ্মী গোস্বামীয়ে ব্যক্ত কৰে নিজৰ অনুভৱ । ডঃ ভূপেন হাজৰিকাই এই সন্মান বহু আগতেই পাব লাগিছিল বুলি কয় ডঃ লক্ষ্মী গোস্বামীয়ে ৷
চাওঁ আহক এক প্ৰতিবেদন ।