আজমল-নিৰ্মলক ভয় কৰিবলৈ কিয় ক'লে দেৱলাল গার্লচাই ? - এআইইউডিএফ
🎬 Watch Now: Feature Video

আজমল আৰু নির্মলৰ পৰা সতৰ্ক থকাৰ আহ্বান উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গার্লচাৰ । বুধবাৰে মাহুৰত বিজেপিৰ বিজয় সংকল্প সভাত দেৱলাল গাৰ্লচাই কংগ্ৰেছ আৰু এআইইউডিএফ দলক ভয় কৰিব লাগে বুলি ৰাইজক আহ্বান জনায় ৷ এই দল উপজাতি-জনগোষ্ঠীৰ মানুহৰ বাবে ক্ষতিকাৰক আখ্যা দিয়ে নেতাগৰাকীয়ে । তদুপৰি উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লচাক ভোট দিয়াৰ আহ্বান জনায় দেৱলাল গাৰ্লচাই।