thumbnail

আশানুৰূপ ধৰণে অগ্ৰগতি লাভ কৰিছে মংগলদৈ সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই

By

Published : May 23, 2019, 12:26 PM IST

নলবাৰীৰ ভোট গণনা কেন্দ্ৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়া উপস্থিত ৷ মংগলদৈ সমষ্টিৰ আটাইকেইটা সমষ্টিত যথেষ্ট অগ্ৰগতিৰ কথা উল্লেখ ৷ প্ৰায় দুই লাখ ভোটত জয়ী হ'ব বুলি আশাবাদী প্ৰাৰ্থীগৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.